Subscribe
URL of the page has been copied to clipboard.
Meaning : বীজৰ ওপৰৰ নোম
Example : শিমলুৰ তুলাৰে তৈয়াৰী গাৰু বৰ কোমল হয়
Meaning : বাৰটা ৰাশিৰ মাজৰ সাত নম্বৰৰ ৰাশি
Example : তুলাৰাশিক সূচাবলৈ তুলাচনীৰ চিন ব্যৱহাৰ কৰা হয়
Synonyms : তুলা ৰাশি, তুলাৰাশি
Install App