Meaning : তুর্কিস্তানৰ অধিবাসী
Example :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
Synonyms : তুর্কী, তুর্কীস্তান-বাসী
Meaning : তুর্কিস্তানত বসবাস কৰোতা
Example :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
Synonyms : তুর্কী, তুর্কীস্তানী