Meaning : তুর্কিস্তানৰ অধিবাসী
Example :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
Synonyms : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী
Meaning : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
Example :
শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে
Meaning : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা
Example :
এই তুর্কী টুপিটো তুমি কʼত পালা
Meaning : তুর্কিস্তানত বসবাস কৰোতা
Example :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
Synonyms : তুর্কীস্তান বাসী, তুর্কীস্তানী