Subscribe
URL of the page has been copied to clipboard.
Meaning : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
Example :
Synonyms : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
Meaning : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
Example : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
Synonyms : পাৰ
Meaning : ধনুৰ দ্বাৰা নিক্ষেপ কৰা ধাতু আদিৰে তৈয়াৰী এক প্রকাৰ মিহি আৰু দীঘল অস্ত্র
Example : কাঁড়ডাল লগাত চৰাইজনীয়ে ধৰ্ফৰাবলৈ ধৰিলে
Synonyms : কাঁড়, কাঁৰ, বাণ, শৰ
Install App