Subscribe
URL of the page has been copied to clipboard.
Meaning : সাধাৰণতকৈ উচ্চ
Example : লʼৰা-ছোৱালীয়ে তীব্র স্বৰত গাই আছিল
Synonyms : ্তাঁৰ
Meaning : বেগী বা প্রখৰ...
Example : এই কামটো কৰিবলৈ তীক্ষ্ণ বুদ্ধিৰ প্রয়োজন
Synonyms : চোকা, তীক্ষ্ণ, প্রখৰ, সুতীক্ষ্ণ
Meaning : জোৰকৈ
Example : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম
Synonyms : উৎকট, জোৰ, প্রচণ্ড, প্রৱল
Meaning : যʼত তীব্রতা আছে
Example : তেওঁ তীব্র গতিৰে নিজৰ গন্তব্য স্থানলৈ গৈ আছিল
Synonyms : দ্রুত
Install App