Meaning : তিব্বতৰ ভাষা
Example :
অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে
Synonyms : তিব্বতী ভাষা
Meaning : তিব্বতৰ অধিবাসী
Example :
তিব্বতীসকল বহুত উদ্যমী
Meaning : তিব্বতত থকা বা বসতি কৰা
Example :
তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
Meaning : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
Meaning : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
Example :
তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল