Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
Example : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
Synonyms : দিৱস, বার্ষিকী, ্পর্ব
Meaning : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
Example : এদিনত আঠটা প্রহৰ থাকে
Synonyms : দিন, দিৱস
Meaning : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন
Example : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো
Synonyms : তাং, তাৰিখ, দিনাংক
Install App