Subscribe
URL of the page has been copied to clipboard.
Meaning : পানী বা কোনো তৰল পদার্থৰ সংযোগত তিতা বা কোমল হোৱা
Example : অকস্মাৎ বৰষুণ হোৱাৰ কাৰণে আমি সকলো তিতিলোঁ
Synonyms : ভিজা
Meaning : যিটো উগ্র আৰু মিঠা সোৱাদযুক্ত নহয়:নিম খাবলৈ তিতা
Example :
Synonyms : তিতিকি
Meaning : আর্দ্রত্া যুক্ত
Example : তেওঁ ভিজা কাপোৰ শুকুৱাই আছে
Synonyms : আর্দ্র, ভিজা, সিক্ত
Meaning : যাক পানীৰে বুৰাই দিয়া হৈছে
Example : ভিজা খেতিডৰালৈ নাযাবা, ভৰিত বোকা মাটি লাগিব
Synonyms : ভিজা, সিক্ত, ্আর্দ্র
Install App