Subscribe
URL of the page has been copied to clipboard.
Meaning : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব
Example : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে
Synonyms : অনুসন্ধান, বিচাৰ
Meaning : হেৰোৱা বা লুকুৱাই থোৱা কোনো বস্তু পাবৰ কাৰণে কাৰোবাৰ শৰীৰ বা ঘৰ আদিত বিচাৰ-খোচাৰ কৰা কার্য
Example : উৰাজাহাজত যাত্রা কৰাৰ পূর্বে ্যাত্রীসকলৰ বয়বস্তু আৰু শৰীৰত তালাচী চলোৱা হয়
Install App