Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ তলৰ অংশ
Example : এই বাচনটোৰ তলিত ফুটা আছে
Meaning : জলাশয়ৰ তলৰ ভূমি
Example : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
Synonyms : তল
Meaning : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
Example : লোটাটোৰ তলিত গেদ জমা হৈছে
Meaning : কোনো বস্তু আদিৰ তল অংশ
Example : তেওঁ গছৰ তলিত বহি আছে
Install App