Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তলা from অসমীয়া dictionary with examples, synonyms and antonyms.

তলা   বিশেষ্য

Meaning : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

Example : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

Synonyms : তলা-চাবি

Meaning : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

Example : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

Synonyms : ফ্লʼৰ, মহলা

Meaning : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

Example : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

Synonyms : পেচ

তলা   বিশেষণ

Meaning : মহলা বা খলপাযুক্ত

Example : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

Synonyms : মহলীয়া