Subscribe
URL of the page has been copied to clipboard.
Meaning : জলাশয়ৰ তলৰ ভূমি
Example : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
Synonyms : তলি
Meaning : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
Example : লোটাটোৰ তলিত গেদ জমা হৈছে
Meaning : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
Example : গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
Synonyms : স্তৰ
Meaning : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ
Example : এই কেৰাহীখনৰ তলীখন ডাঠ
Synonyms : তলী
Install App