Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তবলা from অসমীয়া dictionary with examples, synonyms and antonyms.

তবলা   বিশেষ্য

Meaning : তাল দিয়া এবিধ বাদ্য, যʼত দুটা বাদ্য একেলগে বাজে

Example : যেতিয়া উস্তাদ জাকিৰ হুছেইনৰ আঙুলি তবলাৰ ওপৰত নাচিবলৈ ধৰে তেতিয়া শ্রোতাই বাহ বাহ কৰি উঠে

Meaning : তাল ৰাখি বজাবৰ কাৰণে কাঠৰ খোলাত চামৰা মেৰিয়াই সজা এবিধ যুৰীয়া বাদ্য যʼত দায়নাটোৰ আকাৰ ডুগীটোতকৈ সৰু

Example : তবলাবাদকে তবলা অভ্যাস কৰি আছে