Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
Example : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
Synonyms : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, বিস্ময়
Install App