Subscribe
URL of the page has been copied to clipboard.
Meaning : সেই অনুসৰি
Example : উচ্চ আদর্শৰ ্কথা সকলোৱে কয় কিন্তু তদনুৰূপ কিমান মানুহ চলে?
Synonyms : তদনুযায়ী, তদনুসাৰে, তদনুসৰি
Meaning : তাৰ সমান বা ৰূপৰ
Example : গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
Meaning : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
Example : গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
Synonyms : তদনুকূল
Install App