Subscribe
URL of the page has been copied to clipboard.
Meaning : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়
Example : খৰধৰকৈ কৰা কাম ভাল নহয়
Synonyms : উৎপাত, খৰধৰ, লৰালৰি, হুৰমূৰ
Meaning : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
Example : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
Synonyms : উথপথপ, খদমদম, গোলমাল
Install App