Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ততাতৈয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

ততাতৈয়া   বিশেষ্য

Meaning : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়

Example : খৰধৰকৈ কৰা কাম ভাল নহয়

Synonyms : উৎপাত, খৰধৰ, লৰালৰি, হুৰমূৰ

Meaning : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা

Example : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল

Synonyms : উথপথপ, খদমদম, গোলমাল