Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
Example : বিদ্যুততো তৰঙ্গ থাকে
Synonyms : তৰংগ, তৰঙ্গ, লহৰ
Meaning : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
Example : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
Synonyms : উর্মি, কল্লোল, তৰংগ, তৰঙ্গ, লহৰ, লহৰী, হিল্লোল
Meaning : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
Example : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
Synonyms : জোলা, ঢোপ, পানীজোলা, স্ফোটক
Install App