Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঢিলা from অসমীয়া dictionary with examples, synonyms and antonyms.

ঢিলা   বিশেষ্য

Meaning : ঢিলা হোৱা অৱস্থা বা ভাব

Example : নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা

Synonyms : শিথিলতা

ঢিলা   বিশেষণ

Meaning : যিটো বেছি গাঢ় নহয়

Example : দৈখিনি ঢিলাকৈ বান্ধিলে

Meaning : ঠেক বা কচি বা টানি নবন্ধা

Example : মোহনে ঢিলা কাপোৰ পিন্ধে

Meaning : যিটো টানকৈ বন্ধা হোৱা নাই

Example : বুঢ়া অৱস্থাত শৰীৰ ঢিলা হৈ পৰে

Synonyms : শিথিল

Meaning : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

Example : ভক্তি ভগৱান লাভৰ সহজ পথ

Synonyms : অজটিল, অনায়াসসাধ্য, উজু, সহজ, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম, সৰল

Meaning : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই

Example : ৰছীডাল ঢিলা হৈ গʼল

Meaning : যিটো ভালদৰে বন্ধা বা লগা নাই

Example : এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে