Meaning : সাঁচত দিয়া কোনো বস্তুৱে সাঁচৰ দৰে ৰূপ ধাৰণ কৰা কার্য
Example :
ৰূপ আৰু তামৰ মূর্তিবোৰ সাঁচৰ পৰা উঠোৱা হৈছে আৰু কাঁচৰ মূর্তিবোৰ ঢালাই কৰিবলৈ আছে
Meaning : কোনো দেৱালৰ মাজত বা কোনো গাঁতৰ আধাৰ বনোৱাৰ কাৰণে বিম দিয়া কাৰ্য
Example :
বনুৱাই কোঠাটোৰ ঢালাই কৰি আছে