Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু ঢালি দিয়া কাৰ্য
Example : কৈলাসে মিলত কাঠ ঢলা কাম কৰি আছে
Synonyms : ঢলা কাম
Meaning : এটা বাচনৰ পৰা অন্য এটা বাচনলৈ তৰল পদার্থ ্বাকী দিয়া কার্য
Example : পিপাৰ তেল কেৰাহীত বকা হʼল
Synonyms : বকা
Meaning : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত
Example : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া
Synonyms : থোৱা, বকা, ৰখা
Install App