Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঢলং-পলং from অসমীয়া dictionary with examples, synonyms and antonyms.

ঢলং-পলং   বিশেষ্য

Meaning : ঢলং-পলং কৰা বা অস্থিৰ হোৱা অৱস্থা

Example : মোহনৰ ঢলং-পলঙৰ পৰাই গম পোৱা গৈছে যে সি নিচাত আছে

Meaning : ঢৌৰ দৰে লৰি থকা কার্য ্বা ভাব

Example : মই ৰাষ্টাৰ দাঁতিত থিয় হৈ থকা মদাহীটোৱে নিচাত ঢলং-পলং কৰি থকা আৰু সৰি পৰা চাই আছিলোঁ

ঢলং-পলং   বিশেষণ

Meaning : যি ঢলং-পলং কৰিছে

Example : মদাহীটোৱে ঢলং-পলং খোজেৰে গৈ আছে