Subscribe
URL of the page has been copied to clipboard.
Meaning : পানী বা কোনো দ্রৱ পদার্থত দিয়া
Example : স্বামীজীয়ে পানী খাবৰ কাৰণে কমণ্ডলুটো নদীত ডুবালে
Meaning : নষ্ট বা নিঃশেষ কৰা
Example : ঠাকুৰৰ পুতেকে জুৱাত বহুত টকা নষ্ট কৰিলে
Synonyms : নষ্ট কৰা, বৰবাদ কৰা
Meaning : পানীৰে ভৰাই দিয়া
Example : এদিনৰ বৰষুণেই গোটেই গাওঁখন ডুবাই দিলে
Install App