Meaning : নেদাৰলেণ্ডৰ নিবাসী
Example :
সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
Synonyms : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
Meaning : নেদাৰলেণ্ডত কোৱা ভাষা
Example :
ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
Synonyms : ওলন্দাজ ভাষা, ডাচ ভাষা
Meaning : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
Example :
আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
Meaning : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
Example :
তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে