Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
Example : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
Synonyms : মহান
Meaning : যি বয়সত ডাঙৰ
Example : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল
Synonyms : জ্যেষ্ঠ
Meaning : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
Example : এই পায়জামাটো বহুত দীঘল
Synonyms : দীঘল, লম্বা
Meaning : বহুত ডাঙৰ
Example : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
Synonyms : প্রভূত, বিপুল, বিৰাট, বৃহৎ
Meaning : বহুত গভীৰ পৰিণতিযুক্ত
Example : হত্যা এক ঘোৰ অপৰাধ
Synonyms : ঘোৰ, ভীষণ, ভয়ংকৰ
Meaning : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক
Example : মোৰ ঘৰটো বহুত ডাঙৰ
Install App