Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ডলাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ডলাৰ   বিশেষ্য

Meaning : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা

Example : ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে

Meaning : বার্মু্দাত প্রচলিত মুদ্রা

Example : তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?

Synonyms : বার্মুদিয়ান ডলাৰ

Meaning : হংকঙত প্রচলিত মুদ্রা

Example : এক হংকং ডলাৰ ভাৰতীয় ছটকা মূল্যৰ সমান হয়

Synonyms : হংকং ডলাৰ

Meaning : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা

Example : মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে

Synonyms : অষ্ট্রেলিয়ান ডলাৰ

Meaning : আমেৰিকাত প্রচলিত মুদ্রা

Example : এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান

Synonyms : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ

Meaning : বাহামাত চলা মুদ্রা

Example : এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে

Synonyms : বাহামিয়ান ডলাৰ