Meaning : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ
Example :
যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল
Meaning : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
Example :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
Synonyms : চুৰি
Meaning : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
Example :
এই পথত ডকাইতে পথিকক ডকাইতি কৰে
Synonyms : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা