Subscribe
URL of the page has been copied to clipboard.
Meaning : ঠাণ্ডাৰ কাৰণে কোঁচ খোৱা বা টানি ধৰা
Example : অত্যধিক ঠাণ্ডাৰ ফলত মোৰ হাত-ভৰি ঠেৰেঙা লাগি গৈছে
Synonyms : জঠঙা হোৱা, জঠৰ হোৱা, ঠেৰেঙা লগা, ঠৰঙা লগা, সাৰ-সিকতি নোহোৱা, সাৰ-সুৰ নোহোৱা
Install App