Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো বেছি বহল নহয়:বাৰাণসী ঠেক ৰাস্তা-ঘাটৰ এখন নগৰ
Example :
Synonyms : সংকীর্ণ
Meaning : দীঘ আৰু প্রস্থত কম
Example : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়
Synonyms : চেপা, সৰু
Install App