Meaning : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
Example :
ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
Synonyms : বাতা, মেৰামতি কৰা
Meaning : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
Example :
শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
Synonyms : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
Meaning : ভাড়াত কোনো যান-বাহন আদি লোৱা
Example :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
Synonyms : লোৱা
Meaning : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
Example :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
Synonyms : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
Meaning : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
Example :
তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে