Meaning : খুব ভালকৈ ভৰি থকা
Example :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
Meaning : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
Example :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
Meaning : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
Example :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
Synonyms : ভর্তি হোৱা, ভৰি থকা