Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
Example : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
Synonyms : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
Meaning : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
Example : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
Synonyms : ভঙা
Install App