Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
Example : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
Synonyms : আলোচনা, আলোচনা-বিলোচনা, মন্তব্য
Meaning : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ
Example : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে
Synonyms : টিপ্পনী, টীকা
Install App