Subscribe
URL of the page has been copied to clipboard.
Meaning : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
Example : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
Synonyms : বগী তাম, ৰাং
Meaning : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
Example : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
Synonyms : টেমা, ডিব্বা, বৈয়াম, বয়াম
Meaning : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
Example : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
Synonyms : টেমা
Meaning : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
Example : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
Synonyms : ৰাং
Install App