Subscribe
URL of the page has been copied to clipboard.
Meaning : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
Example : মোৰ তপিনাত বিষ হৈছে
Synonyms : তপিনা
Meaning : তাচৰ এখিলা পাত
Example : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
Synonyms : ইক্কা, টিক্কা, টেকা, টেক্কা
Meaning : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
Example : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
Synonyms : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
Meaning : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
Example : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
Synonyms : চলা
Install App