Meaning : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
Example :
মোৰ ডিঙিটো টানি ধৰিছে
Synonyms : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
Meaning : অনুচিতভাৱে লোৱা
Example :
মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
Synonyms : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা