Meaning : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
Example :
টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
Meaning : টনা কার্য ্বা ভাব
Example :
অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
Meaning : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
Example :
ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
Synonyms : টানি উলিওৱা
Meaning : ঘঁহনি খাই যোৱাকৈ টনা কার্য
Example :
তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
Meaning : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
Example :
মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
Meaning : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
Example :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
Synonyms : চৰোৱা
Meaning : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
Example :
এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
Meaning : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
Example :
চিকাৰীয়ে ধনুৰ গুণ টানিছে
Synonyms : কচা, টানি বন্ধা
Meaning : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
Example :
চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
Synonyms : খন্দা