Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনৰ মূৰ চুলি সৰি গৈছে
Example : চার্কাচত এটা টকলাই সকলোকে আনন্দ দি আছিল
Synonyms : তপা
Meaning : যাৰ মূৰত চুলি নাই
Example : তেওঁ ্তপা ব্যক্তিজনৰ মূৰত বাৰে-বাৰে মৰিয়াই আছে
Synonyms : টকলামূৰা, তপা, তপামূড়া, তপামূৰা, তাপলীয়া, ধোৱা-মূলা, লঠৰু
Meaning : যাৰ মূৰৰ চুলি সৰি গৈছে
Example : কিছুমান তপা ব্যক্তিয়ে উইগ পৰিধান কৰে
Install App