Subscribe
URL of the page has been copied to clipboard.
Meaning : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
Example : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
Synonyms : ৰচী, ৰজ্জু
Meaning : বৃক্ষৰ ডালৰ পৰা ওলোৱা শিপা
Example : লʼৰা-ছোৱালীবোৰে বৰগছৰ জৰীত ধৰি দুলি আছে
Synonyms : জৰি
Install App