Subscribe
URL of the page has been copied to clipboard.
Meaning : বিদ্যাৰ অভাৱ
Example : আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
Synonyms : অজ্ঞতা, অজ্ঞানতা, অবিজ্ঞতা
Meaning : জ্ঞান নোহোৱা অৱস্থা বা ভাব
Example : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
Synonyms : অজ্ঞতা, অজ্ঞানতা, অন্ধকাৰ, মূঢ়তা
Install App