Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
Example : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
Synonyms : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
Meaning : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
Example : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
Synonyms : তৰুণ, যুৱ, যুৱক
Meaning : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
Example : তেওঁ এজন ্ সাহসী সৈনিক
Synonyms : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
Install App