Meaning : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
Example :
কাপোৰৰ জোৰাখিনি ফাটি থাকিল
Synonyms : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল
Meaning : অন্য কোনো বস্তুৰ শেষত লগোৱা
Example :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
Synonyms : জোৰা লগোৱা, সংলগ্ন কৰা