Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
Example : মোৰ ধনৰ মোনাটো চুৰি হʼল
Synonyms : বেগ, মোনা
Meaning : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
Example : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
Synonyms : মোনা
Meaning : যʼত কোনো বস্তু ৰখা যায়
Example : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
Synonyms : জুলি, পকেট, সৰু মোনা
Install App