Subscribe
URL of the page has been copied to clipboard.
Meaning : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
Example : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
Synonyms : ঢোপ, ঢৌ, পানীজোলা, স্ফোটক
Meaning : চলমান কৰোৱা বা দুলন কার্য
Example : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
Synonyms : জোকাৰি দিয়া, দুলা, দুলি থকা, লৰা, হেন্দোলা
Install App