Subscribe
URL of the page has been copied to clipboard.
Meaning : মাটিৰ নিচেই ওচৰৰ পৰা চাৰিওফালে প্রসাৰিত হৈ ওলোৱা ডালৰ উদ্ভিদ
Example : এই জংঘল জোপোহাৰে ভৰি আছে
Synonyms : জোপোহানি
Meaning : ঘন আৰু কাঁইটীয়া উদ্ভিদ
Example : চিকাৰীটোক দেখিয়েই বনৰীয়া গাহৰিটো জোপোহাত লুকাই পৰিল
Install App