Subscribe
URL of the page has been copied to clipboard.
Meaning : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
Example : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
Synonyms : ইন্দু, চন্দ্র, চন্দ্রমা, চন্দ্রিমা, চান্দ, জোন, জোনবাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
Install App