Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ
Example : এৰেহা খাদ্য খাব নালাগে
Synonyms : উচ্ছিষ্ট, এৰেহা, চুৱা
Install App