Meaning : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
Example :
দোকানীজনে ধান জুখি আছে
Synonyms : ওজন কৰা
Meaning : জোখ লোৱা হোৱা
Example :
দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
Meaning : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
Example :
তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
Synonyms : মাপ কৰা