Meaning : কোনো বস্তুৰ আন কোনো বস্তু বা স্থান আদিত সহজে ওলাব নোৱাৰাকৈ সোমাই ধৰা
Example :
উৰণাখন কাঁইটত জোঁট লাগি গʼল
Meaning : যিটোত মেৰ-পেচত লাগিছে
Example :
তেওঁ খেলি-মেলি লগা কামটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে
Synonyms : আউল লগা, খেলি-মেলি লগা, জেং লগা