Subscribe
URL of the page has been copied to clipboard.
Meaning : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
Example : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
Synonyms : কাৰাদণ্ড, কাৰাবাস, কয়েদ, ঘানি টনা-, জেল, জেল-জৰিমনা, শ্রীঘৰ বাস, হাজোত বাস
Install App