Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জুমা-জুমি from অসমীয়া dictionary with examples, synonyms and antonyms.

জুমা-জুমি   বিশেষ্য

Meaning : কিবা জানিবৰ কাৰণে বাৰে বাৰে জুমি চোৱা কার্য

Example : ঘৰলৈ অহা কইনা চাবৰ কাৰণে মানুহে জুমা-জুমি কৰিবলৈ ধৰিলে